15/09/2026
সকলোকে সুখী কৰাৰ দায়িত্ব মোৰ নহয়।
মই কাকো ইচ্ছাকৃত ভাবে কষ্ট দিব বিচৰা নাই
যিয়ে মোৰ মৌনতাক দুৰ্বল বুলি ভাবিছে
তেওঁলোকে এদিন সময়ৰ উত্তৰ পাব।
মই কাৰো ক্ষতি কৰি আগবাঢ়ি যাবলৈ শিকা নাই।
আনৰ অধিকাৰ কাঢ়ি লৈ নিজৰ সুখ বিচৰা নাই।
মানুহৰ সকলো এদিন পাহৰি যাব ,
কিন্তু ব্যৱহাৰ কেতিয়াও নাপাহৰে।