MRC News

Directions

MRC News Assam

নগাঁৱৰ শেনচোৱাত ৰেলৰ আগত পৰি মৃ/ত্যু ৰুমী বড়ো কলিতা নামৰ এগৰাকী মহিলাৰ৷
05/11/2026

নগাঁৱৰ শেনচোৱাত ৰেলৰ আগত পৰি মৃ/ত্যু ৰুমী বড়ো কলিতা নামৰ এগৰাকী মহিলাৰ৷

05/11/2026

দ্বিতীয় স্বামী ঘনকান্তৰ বিৰুদ্ধে থকা গোচৰ মানি নলয় জোনমনি গগৈয়ে ?
👉 প্ৰথম স্বামী সন্দৰ্ভতো মন্তব্য জোনমনি গগৈৰ

05/11/2026

বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃ/ত্যু

বহিঃৰাজ্যত কৰ্মসূত্ৰে গৈ কৰুণ মৃ/ত্যুক সাৱটি ল’লে হাজোৰ টাপাবৰীৰ এজন যুৱকে।

মৃত যুৱকজনৰ নাম চুৰমান আলী ওৰফে দুল্লা।

যোৱা ৩ নৱেম্বৰত বহিঃৰাজ্যত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আ/হ/ত হয় চুৰমান আলী।

পৰৱৰ্তী সময়ত তেওঁৰ মৃ/ত্যু ঘটে।

কৰ্মৰত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ লগতে আন যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি মৃ/তদে/হটো নিজ গৃহলৈ প্ৰেৰণ কৰে।

আজি বিয়লি ধৰ্মীয় ৰীতি-নীতি অনুসৰি নিজ গাঁও বঙালপাৰাত চুৰমান আলীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

যুৱকজনৰ অকাল মৃ/ত্যুৰ খবৰে সমগ্ৰ টাপাবৰী অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

পৰিয়ালৰ লোক, আত্মীয়-স্বজন আৰু স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰে।

05/11/2026

নগাঁৱৰ হয়বৰগাঁৱৰ কাটিমাৰী গ্ৰান্টত জাগীৰোড আৰক্ষীৰ অভিযান।

৬৫ বছৰীয়া মহিলাৰ ৰহস্যজনক মৃত্যুৰ গোচৰত দুই ভগ্নীক গ্ৰেপ্তাৰ।

বশিষ্ঠ আৰক্ষীৰ জালত তিনি জুৱাৰী 👉 বশিষ্ঠৰ বালুঘাটত বশিষ্ঠ আৰক্ষীৰ অভিযান 👉 আৰক্ষীয়ে আটক কৰে তিনি ঝাণ্ডী মুণ্ডাৰ জুৱাৰীক...
05/11/2026

বশিষ্ঠ আৰক্ষীৰ জালত তিনি জুৱাৰী
👉 বশিষ্ঠৰ বালুঘাটত বশিষ্ঠ আৰক্ষীৰ অভিযান
👉 আৰক্ষীয়ে আটক কৰে তিনি ঝাণ্ডী মুণ্ডাৰ জুৱাৰীক
👉 আটক নলবাৰীৰ দিপক শৰ্মা, বশিষ্ঠৰ নাৰায়ণ কলিতা আৰু কৃষ্ণ ৰাজখোৱা
👉 জব্দ এখন ঝাণ্ডী মুণ্ডাৰ ব'ৰ্ড, ৩ টা মোবাইল ফোন আৰু নগদ ২ হাজাৰ টকা

আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ👉 ৪১ বছৰ বয়সত আন্ত:ৰাষ্ট্ৰীয় ফুটবলক বিদায় জনালে CR7-এ
05/11/2026

আন্ত:ৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ
👉 ৪১ বছৰ বয়সত আন্ত:ৰাষ্ট্ৰীয় ফুটবলক বিদায় জনালে CR7-এ

05/11/2026

⭕নগাঁৱত হয়বৰগাঁও অঞ্চলত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

⭕কেলচিয়াম কাৰ্বাইট দি পকোৱা কল জব্দ

⭕তিনিটাকৈ গুদামৰ পৰা জব্দ প্ৰায় ডেৰ কুইণ্টল বৰবিহযুক্ত কল

⭕নগাঁৱৰ হয়বৰগাঁও অঞ্চলত ধিং গেটত চলিচিল অভিযান

⭕খাদ্য পৰিদৰ্শক চুমু শইকীয়াৰ নেতৃত্বত এই অভিযান

05/11/2026

🔴জুবিন ক্ষেত্ৰৰ পৰাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৰ্জন জ্ঞানশ্ৰী বৰাৰ
🔴জুবিন ক্ষেত্ৰৰ পৰা বিশাল গণ সমাবেশৰ কিছু দৃশ্য

📌 ভূৰাগাঁও আৰক্ষীৰ জালত তিনি গভাইত চোৰ ।📌 ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বনিকৰ নেতৃত্বত অভিযানত গ্ৰেপ্তাৰ...
05/11/2026

📌 ভূৰাগাঁও আৰক্ষীৰ জালত তিনি গভাইত চোৰ ।
📌 ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বনিকৰ নেতৃত্বত অভিযানত গ্ৰেপ্তাৰ তিনি গভাইত চোৰসহ বাইক, চাৰিচকীয়া বাহন আৰু বহু চুৰি সামগ্ৰী উদ্ধাৰ।
📌 ধৃত গভাইত চোৰকেইটাৰ নাম মায়ংৰ আজাহাৰুল ইছলাম, মেৰাজুল ইছলাম আৰু ইনামূল হক । MRC News

05/11/2026

ৰূপহীহাটৰ ভাটিয়াখালীত অ/ঘ/টন। বিদ্যুৎপৃষ্ঠ হৈ মৃ/ত্যু এটি পশুধনৰ আহত দুজনকৈ লোক।

গৰু চৰাবলৈ গৈ বিদ্যুতৰ খুঁটাত লাগি থকা আৰ্থিঙ বিদ্যুৎ বিজুতি হৈ থকাত লাগি ধৰে পশুধনক।

পশুধনটিক বচাবলৈ গৈ বিদ্যুৎত পৃষ্ঠ হয় গৃহস্থ।

বিদ্যুৎ স্পৃষ্ট হৈ আহত লোক দুজন ২নং ভাটিয়াখালীৰ হবিবুৰ ৰহমান আৰু হাইবুল্ল বুলি জানিব পৰা গৈছে

আহত ব্যক্তিসকলক ততাতৈয়াতীয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ।

চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ চৰম গাফিলতি আৰু অমনোযোগিতাৰ কাৰণেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।

ঘটনাস্থলীত আমবাগান আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Address

Moirabari
Morigaon
MOIRABARI

Opening Hours

Monday 12am - 12am

Website

Alerts

Be the first to know and let us send you an email when MRC News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category

Nearby realtors & realty services