12/10/2026
👉বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা
👉ড্ৰাগছ বিৰোধী অভিযানত প্লাষ্টিকৰ পাকেড সহ এজন অভিযুক্ত আটক,
👉ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয় আৰু উপ পৰিদৰ্শক ক্ৰমে বিশ্বজিৎ দাসৰ নেতৃত্বত চলোৱা ড্ৰাগছ বিৰোধী অভিযানত প্লাষ্টিকৰ পাকেড সহ এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে তাৰাবাৰী আৰক্ষীয়ে